কাতি হকাতি-দেউলী
কাতি-কুতা কৰ্ (Assamese) [ Roman: ka.ti-ku.ta kor]
English: motion, movement, relocation,
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Barnali Deuri Bora on 2010-11-17
English: roll, turn,
Assamese: কাতি-কুতা কৰ্, বাগৰ্,
Bodo: गिदिंनाय,
Garo: an.pila,
Karbi: konglong,
Nepali: घुमाउनुहोस्
কাতি-কুতা কৰ্ (Assamese) [ Roman: ka.ti-ku.ta kor]
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
Different POS:
a. Proper Adj.-Neuter: movable, অস্থাৱৰ...b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Barnali Deuri Bora on 2010-11-17
Ref: হেমকোষ (পুৰণি)
2. (Verb-Intran.) to turn over on a bed or to casually relax on a bed. বিচনাত ইলুটি-সিলুটি কৰ্ বা বিচনাত পৰি আৰাম কৰ্।Assamese: কাতি-কুতা কৰ্, বাগৰ্,
Bodo: गिदिंनाय,
Garo: an.pila,
Karbi: konglong,
Nepali: घुमाउनुहोस्